গুৱাহাটী 0৭ জানুৱাৰীঃ ক’ভিড আক্ৰান্ত মন্ত্ৰী পীযূষ হাজৰিকা । বিগত সময়চোৱাত বহু সভা সমিতিৰ দলীয় কাম-কাজত অংশ কৰিছিল মন্ত্ৰী গৰাকী।পূৰ্বে হোম আইচ’লেশ্যনত আছিল মন্ত্ৰী পীযূষ হাজৰিকা।সামান্য লক্ষণ অহাত ক’ভিড টেষ্ট কৰোৱা হৈছিল মন্ত্ৰী গৰাকীক।বৰ্তমানGMCH ত ভৰ্তি কৰোৱা হৈছে পীযূষ হাজৰিকাক।