১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব মহাৰাষ্ট্ৰত লোকেল ট্ৰেইন সেৱা

Share

পল্লৱী গগৈ
৯ আগষ্ট, মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ১৫ আগষ্ট্ৰৰ পৰা আৰম্ভ হ’ব লোকেল ট্ৰেইন সেৱা। এই কথা ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ থাকৰেই। কিন্তু দুটা ভেকচিন লোৱা লোকসকলেহে যাত্ৰা কৰিব পাৰিব এই ৰেলত।

Leave a Reply

Your email address will not be published. Required fields are marked *