অক্টোবৰ মাহৰ প্ৰথমটো দিনতে LPG গেছৰ মূল্য বৃদ্ধি 

Share
অনালি শৰ্মা , ৩০ অক্টোবৰঃ অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বাঢ়িল ১৯ কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 
খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ ওপৰত ভিত্তি কৰি ধাৰণা কৰা হৈছে যে, অতি শীঘ্ৰেই এল পি জি গেছ চিলিণ্ডাৰ মূল্যইও ৯০০ টকাৰ দেওনা পাৰ কৰিব ৷
সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি এহেজাৰ টকালৈকে বাঢ়িব পাৰে চিলিণ্ডাৰৰ মূল্য ৷ চৰকাৰৰ আভ্যন্তৰীন মূল্যাংকণৰ পৰা অনুমান কৰা হৈছে যে, এটা LPG  চিলিণ্ডাৰ ক্ৰয়ৰ বিনিময়ত ১০০০ টকাকৈও দিবলগীয়া হ’ব পাৰে গ্ৰাহকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *