খোলা নহয় আন্ত:জিলা যাতায়ত

Share

১৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্ত:জিলা যাতায়ত । আনহাতে কাৰ্ফিউ অব্যাহত থকা জিলা সমূহৰ নিষেধাঞ্জা প্ৰত্যাহাৰৰ সম্ভাৱনা ।১৫ আগষ্টৰ পিছত পৰ্যায় ক্ৰমে সপ্তাহৰ এদিন বা দুদিন পৰ্যায়ক্ৰমে মুকলি কৰাৰ সম্ভাৱনা আন্ত:জিলা যাতায়ত । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কাৰ্ফিউ থকা জিলা সমূহত ক্ৰমাৎ শিথিল হ’ব পাৰে নিয়ম । লগতে কাৰ্ফিউ থকা জিলা সমূহত অহা সোমবাৰৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰৰ কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *