কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰিলে বিজেপিৰ আইটি চেলৰ প্ৰতিস্থাপক প্ৰদ্যুত বৰাৰ লগতে তেখেতৰ দল এল দি পি ।আগন্তক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী দলক শক্তিশালী কৰাৰ উদেশ্যে দলৰ কৰ্মকৰ্তা সহ কংগ্ৰেছ দলত যোগদান কৰিলে এল দি পিৰ মুৰব্বী প্ৰদ্যুত বৰাৰ । ২০১৫ চনত বিজেপি পদত্যাগ কৰাৰ পিছত প্ৰদ্যুত বৰাৰ নেতৃত্বত গঠন কৰা হৈছিল এটা নতুন ৰাজনৈতিক দল নাম দিয়া হৈছিল লিবাৰেল ডেমক্ৰেতিক পাৰ্টী ।
২০২৩ চনৰ ২১ মাৰ্চত প্ৰদ্যুত বৰাৰ নেতৃত্বত গঠন হোৱা লিবাৰেল ডেমক্ৰেতিক পাৰ্টীৰ সমৰ্থক সহ যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছ পাৰ্টীত । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ দলৰ অন্যান্য শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰে প্ৰদ্যুত বৰাৰ লগতে সমৰ্থকসকলে