আজি সমুখসমৰত কিৱি বনাম দক্ষিণ আফ্রিকা

Share

আজি চেম্পিয়ন ট্ৰফীৰ ছেমি ফাইনেলত মুখামুখি হব কিৱি বনাম দক্ষিণ আফ্রিকা যাক লৈ চলিচে ব্যাপক চৰ্চা, বাবুমাৰ নেতৃত্বত দক্ষিণ আফ্রিকাই ইতিমধ্যেই পুৰ্বৰ চন্দ ঘুৰাই পাইছে ,দলৰ বহুকেইজন খেলুৱৈ ফৰ্মত আছে আনহাতেৰে কিৱি দলৰো প্ৰায় সকলো খেলুৱৈ ফৰ্মত আছে বিশেষ কৈ চেন্টেনাৰ, ইয়াৰ লগতে  এইবেলি চেম্পিয়ন ট্ৰফীৰ সৰ্বাধিক শতক অৰ্জন কৰা দলেই হল কিৱি তেনে সময়ত দুইটা দলৰ মাজত তিব্ৰ যুজ যে হব তাৰ সম্ভাৱনা আছে।উল্লেখ্য যে দুইটা দলৰ মাজত হোৱা অন্তিম ৫খন খেলত তিনিখনত কিৱি আৰু দুখনত দক্ষিণ আফ্রিকাই জয়ী লাভ কৰে, উল্লেখ্য যে ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰাজয়ৰ পোটক তুলিবলৈ সাজু হৈছে ,খেলখন ২ বাজি ৩০ মিনিটৰ পৰা আৰাম্ভ হব।

Leave a Reply

Your email address will not be published. Required fields are marked *