চৰকাৰী চাকৰি হওক নাইবা বেচৰকাৰী চাকৰি সকলোতে প্ৰয়োজন শুদ্ধ তথ্যৰ । বৰ্তমান সময়ত বিভিন্ন ধৰণৰ চকৰিৰ তথ্য পোৱা Website আছে যদিও ভূল তথ্যৰ বাবে বিভ্ৰান্তত পৰে একাংশ। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম JOBISYOUR নামৰ Website টো সম্পূৰ্ণ শুদ্ধ তথ্য সমৃদ্ধ সহজ আৰু স্পষ্টকৈ অতি ভাষাত প্ৰকাশ কৰে সকলো তথ্য। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত সহায় হোৱাকৈ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ তথ্য চাকৰিৰ জাননী মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া পৰীক্ষাৰ এডমিত কাৰ্ড ৰিজাল্ট ইত্যাদি বিষয়ৰ সকলো তথ্য পাৱ WWW.JOBISYOUR.COM ত।