মহামাৰী ক’ৰণা মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ আতংক

Share

ডিম্পুমনি হীৰা

২৯ জুলাই : এফালে মহামৰী ক’ৰণা আনফালে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমন। ধেমাজি জিলাত এতিয়া ক্ৰমান্নয়ে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা।মহামাৰী ক’ৰণা মাজতে জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা।১৯ জনকৈ লোক আক্ৰান্ত হোৱাৰ লগতে ৪জনকৈ লোকৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছত। ৩বছৰীয়া শিশু পৰা আৰম্ভ কৰি ১৬ বছৰীয়া কিশোৰলৈ আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। জিলাখনৰ জোনাই, চিচিবৰগাওঁ, গোগামুখ, মাছখোৱাত বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা।

Leave a Reply

Your email address will not be published. Required fields are marked *