নিউজ ডেস্কঃ আজি অনুস্থিত হ’ব এছিয়া কাপ ২০২২ ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিতীয়খন খেল। ভাৰত আৰু পাকিস্তানৰ মাজত ডুুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন খেল অনুস্থিত কৰা হৈছিল। আজি অনুস্থিত হবলগীয়া খেলখন ভাৰতীয় সময়সীমা অনুসৰি ৭ বাজি ৩০ মিনিটত আৰম্ভ হ’ব।
উল্লেখ্য যে, যদি দুয়োটা দলে চুপাৰ ৪ পৰ্যায়ত তেওঁলোকৰ মাজত অনুস্থিত হ’বলগীয়া ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়লাভ কৰিবলৈ সক্ষম হয়, তেন্তে এছিয়া কাপ ২০২২ ৰ ফাইনেলত আকৌ দুয়োপক্ষই খেলিবলৈ পাব।