সৰ্বশক্তিমান দেশৰ তালিকাত ভাৰত

Share

ভাৰত সাম্প্ৰতিক সময়ত অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰত দ্ৰুত উন্নতি কৰিছে ।অষ্ট্ৰেলিয়াৰ এক সংস্থাই প্ৰকাশ কৰা এখন প্ৰতিবেদনত জাপানক অতিক্ৰম কৰি ভাৰতে এচিয়াৰ অন্যতম ক্ষমতাশালী দেশ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু সৰ্বশক্তিমান দেশ হিচাপে গণনা কৰা হয়। অৰ্থনৈতিক সৰ্ম্পক, সামৰিক ক্ষমতা সাংস্কৃতিক প্ৰভাৱ আৰু ৰাজনৈতিক সুস্থিৰতাক আধাৰ কৰি এই প্ৰতিষ্ঠানটোৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। ২০২৪ত প্ৰকাশ কৰা সংস্থাটোৰ প্ৰতিবেদনত ভাৰতে ৩৯.১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।২০২৩ বৰ্ষৰ তুলনাত ভৰতৰ নম্বৰ ২০২৪ বৰ্ষত ২.৭ পইণ্ট বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *