নিবেদিতা ভৰালী
১৫ আগষ্টঃ লালকিল্লা ত পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ।
দেশবাসীসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয়- মহামাৰীৰ বিৰুদ্ধে সাহসেৰে যুজিছে দেশে। ইয়াৰ লগতে তেওঁ বিভিন্ন কল্যাণকামী আচনিৰ বিষয়েও কয় ।
উত্তৰ পূবৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে।