গুৱাহাটীৰ জোতি নগৰত অঘটন

Share

গুৱাহাটীৰ গণেশ মন্দিৰ সমীপত জ্যোতিনগৰ বৃহস্পতি বাৰে নিশা কৃতিম বানত উটি গ’ল এটি ৮ বছৰীয়া এটা শিশু । পিতৃৰ সৈতে স্কুটীত গৈ আছিল শিশুটি । পানীৰে পৰিপূ্ৰ্ণ নলাত সোমাই পৰে শিশুটি । পাহাৰৰ পৰা নামি আহা পানীৰ সোঁতত পিচলি পৰিছিল স্কুটীখন যাৰ ফল নিয়ন্ত্ৰণহীন হৈ পৰিচিল স্কুটীখন ।উটি যোৱা শিশুটিৰ নাম  অবিনাশ সৰকাৰ । সন্ধানহীন পুএক বিচাৰি অসহায় পিতৃ । কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃয়ে । বৰ্তমানো সন্ধান পোৱা নাই শিশুটিৰ । নলাত শেল্প নথকাৰ বাবে হয় এই দুৰ্ঘটনা। পিতৃয়ে আপ্ৰান চেষ্টা কৰিও উদ্বাৰ কৰিব নোৱাৰিলে শিশুটিক। পৌৰ নিগমৰ  গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *