বিদায় টকিঅ’, আজি দেশত উপস্থিত হ’ব ভাৰত গৌৰৱসকল 

Share

উপাসনা ডেকা
৯ আগষ্ট : ইতিহাস ৰচনা কৰি দেশৰ বাবে ৭ টাকৈ পদক জয়ীসকল আজি নিজ দেশত উপস্থিত হ’ব।পুৱা ১১বজাত দিল্লী বিমানবন্দৰত উপস্থিত হ’ব অলিম্পিকৰ পদক জয়ী খেলুৱৈসকল।এই দলটোত আছে স্বৰ্ণ পদক জয়ী নীৰজ চোপ্ৰা আৰু লাভলীনা বৰগোহাঁই।অন্য কিছু খেলুৱৈসকল ইয়াৰ পূৰ্বেই ভাৰতত উপস্থিত হৈছে। অলিম্পিক পদক লাভ কৰোতা খেলুৱৈসকলক মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত সন্মানিত কৰা হ’ব।সন্ধিয়া ৫ বজাত আৰম্ভ হ’ব লগীয়া এই বিশাল অনুষ্ঠানত পদক জয়ী প্ৰত্যকগৰাকী খেলুৱৈক সন্মানিত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *