প্ৰাঞ্জল প্ৰতিম ডেকা
১৯ আগষ্ট, দিছপুৰঃ কৰণাৰ দ্বিতীয় ঢৌৰ ত্ৰাসৰ মাজতেই অসমবাসীলৈ আহিছে এটা ভাল খবৰ । ক’ৰণাৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ হিচাপে পৰিগণিত ।ইণ্ডিয়া টুডে’ৰ মুদ অৱ্ দ্যা নেশ্ব্যন-২০২১ শীৰ্ষক সমীক্ষা অনুসৰি ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শীৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।