ৰাজ্যত শান্তিপূৰ্ণ ভাৱে ৭৫তম স্বাধীনতা দিৱস উদযাপন

Share

শোভাশ্ৰী বাৰিক
১৫আগষ্টঃ দেশৰ ৭৫তম স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে খানাপাৰাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে পতাকা উত্তোলন কৰে,লগতে ১ঘন্টা ২০ মিনিট ভাষণ প্ৰদান কৰি নিজৰ কাৰ্যকালৰ খতিয়ানা দাঙি ধৰি তেওঁৰ নেতৃত্বত ৭৫ তম স্বাধীনতা দিৱস শান্তিপূৰ্ণ ভাবে উদযাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *