হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

Share

ডিম্পুমনি হীৰা
২৬জুলাই: হিমাচল প্ৰদেশত এক ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে।হিমাচল প্ৰদেশৰ চাংগাভেলীত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। ই ইমানই ভয়ংকৰ যে পাহাৰৰ প্ৰকাণ্ড শিল খহি আহি ভাঙি নিলে দলং, ক্ষতিগ্ৰস্থ হয় বহু বাহনো। এই ভূমিস্খলনে প্ৰাণ ললে ৯জনকৈ পৰ্যটকৰ আৰু ৩ জন পৰ্যটক বৰ্তমান সংকটজনক অৱস্থাত আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *