১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা

Share
৮ডিচেম্বৰ,গুৱাহাটীঃ অহা ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিছে সময়সূচী।সময়সূচী অনুসৰি ১২ ফ্ৰেব্ৰুৱাৰীৰ ুপৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।মুঠ ৮৭৫ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ২.৫৫ লাখ পৰীক্ষাৰ্থী।ইয়াৰ পূৰ্বে ব্যৱহাৰীক পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব  ২৪ জানুৱাৰীৰ পৰা ৮ ফ্ৰেব্ৰুৱাৰীলৈ ।পৰীক্ষাৰ সময়সূচী  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবচাইটত প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *