কাশ্মীৰত প্ৰচণ্ড তুষাৰপাতৰ সতৰ্কবাণী

Share

দিল্লী ৭জানুৱাৰী: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে শেহতীয়া পূৰ্বানুমানত কয় যে দিল্লী-এনচিআৰত আজি পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাশ্মীৰৰ বিভিন্ন জিলাত পৰৱৰ্তী ৪৮ ঘণ্টাত ধাৰাসাৰ বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা আছে ।আইএমডিয়ে কৈছে যে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ ৯ জানুৱাৰীলৈকে অব্যাহত থাকিব এই পৰিস্থিতি । সেইদিনাই উত্তৰ-পশ্চিম ভাৰতত নিশাৰ তাপমাত্ৰা ৩ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ হ্ৰাস হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *