মহানগৰীৰ বিভিন্ন প্ৰান্তত গোট খাইছে আৱৰ্জনাৰ দ’ম

Share

নিবেদিতা ভৰালী

৪ আগষ্ট: ডাম্পিং গ্ৰাউণ্ডৰ অভাৱত মহানগৰীৰ আৱৰ্জনা পেলাব পৰা নাই পৌৰ নিগমে যাৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত গোট খাইছে আবজনা। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মঙলবাৰে তলা লগাইছিল বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডত।
আনহাতে চন্দ্ৰপুৰতো স্থানীয় ৰাইজে নিবলৈ দিয়া নাই আৱৰ্জনা। ফলত ডাষ্টবিনতে গোট খাইছে আৱৰ্জনাৰ দম।

Leave a Reply

Your email address will not be published. Required fields are marked *