পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী

Share

নিউজ ডেস্কঃ উৎকোচ লৈ এজনৰ পিছত আন এজন কৈ চৰকাৰী কৰ্মচাৰী। এইবাৰ আকৌ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এজন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ হাডুৰহাট ধৰমশালা হাইস্কুলৰ কৰ্মৰত জিতেন্দ্ৰ নাথ ৰয়ক দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰিলে । উৎকোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ হ’ল এইজন জিতেন্দ্ৰ নাথ ৰয়। ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে এইজন উচ্চ বৰ্গৰ সহায়ক জিতেন্দ্ৰ নাথ ৰয়ক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *