পৰ্তুগালক পৰাস্ত কৰি জৰ্জিয়াই ৰচনা কৰিলে ইতিহাস

Share

বৃহষ্পতি বাৰে অনুস্থিত হোৱা ইউৰো কাপৰ গ্ৰপৰ খেলত ৰনাল্ডোৰ পৰ্তুগাল পৰাস্ত কৰি জৰ্জিয়াই ইতিহাস ৰচনা কৰিলে ।ভেল্টিচ এৰিনাত অনুস্থিত হোৱা খেল খনৰ প্ৰথম দুই মিনিততে কে.কভাৰাটস্খেলিয়াই পতুগালৰ শিবিৰত আঘাত হানি জৰ্জিয়াক অব্যাহতি দিয়ে।
৫৭ মিনিতত জি.মিকাউটাডজে দুই নম্বৰটো গ’ল দি জৰ্জিয়াৰ বিজয়ী নিশ্চত কৰে৷
এই জয়েৰে জৰ্জিয়া অন্তিম ১৬ত প্ৰবেশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *