গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

Share

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ড০ ননী গোপাল মহন্তই। মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৮সংখ্যক উপাচাৰ্যৰ হিচাপে নিযুক্তি দিয়া হৈছে । বিশিষ্ট শিক্ষাবীদ ড০ ননী গোপাল মহন্তই পুৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল ।১৯৯২ চনত মহন্তই জৱাহলাল নেহেৰু  বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত এম.এ ডিগ্ৰী লাভ কৰিছিল । নতুনকৈ উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাছতে তেওঁ পুৰণি উপাচাৰ্য সকলৰ লগতে শিক্ষক ছাত্ৰ-ছাত্ৰী সকল ধন্যবাদ জনাই ।    

 

Leave a Reply

Your email address will not be published. Required fields are marked *