এইবাৰৰ পৰা সলনি হ’ল অধ্যাপক-অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়া

Share

উচ্চ শিক্ষা নিযুক্তি-পদোন্নতিৰ নতুন গাইড লাইন প্ৰদান কৰিলে বিশ্ববিদ্যালয় অনুদান আয়োগে, য’ত এতিয়াৰে পৰা অধ্যাপক-অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰয়োজন নহয় NET পৰীক্ষা, এতিয়াৰে পৰা NET পৰীক্ষাত উত্তীৰ্ণ অবিহনেও হ’ব পাৰিব মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ প্ৰবক্তা। সহকাৰী অধ্যাপক নিযুক্তিৰো একেই নিয়ম প্ৰযোজ্য, Ph.D,NET ৰ বিষয়ৰেও নিদিষ্ট বিভাগত নিযুক্তি হ’ব প্ৰবক্তা,অধ্যাপকৰ পদত।স্নাতক,স্নাতকোত্তৰ বিষয়ৰ Ph.D,NET ৰ বিষয়ৰেও মিল থকাৰ প্ৰয়োজন নাই, UGC ৰ এই নতুন গাইড লাইনৰ ড্ৰাফট উন্মোচন শিক্ষামন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ। NET পৰীক্ষা অবিহনে সৰ্বভাৰতীয় বিজ্ঞাপন মৰ্মে মেধাভিত্তিত নিযুক্ত হ’ব প্ৰবক্তা- অধ্যাপক।

Leave a Reply

Your email address will not be published. Required fields are marked *