পল্লৱী গগৈ
৪ আগষ্ট, গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই এতিয়া ৰাজ্যত নামভৰ্তিৰ জোৱাৰ উঠিছে। কিন্তু এই সময়তে মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ জাৰি কৰিছে।কোনো কলেজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ল’ব নোৱাৰিব মাছুল।