অসমত নতুনকৈ স্থাপন কৰা হ’ব পাচঁখনকৈ সৈনিক বিদ্যালয়ঃ ৰণোজ পেগু

Share

নিউজ ডেস্কঃ অসমত নতুনকৈ পাচঁখন সৈনিক বিদ্যালয় নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় সকলোবোৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। উল্লেখ্য যে পি পি পি মোডত নিৰ্মাণ কৰা হ’ব এই বিদ্যালয় কেইখন। এই কথা সদৰী কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে।

আনহাতে তেওঁ ছাত্ৰীক স্কুটী দিয়াৰ ক্ষেত্ৰতো মত প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰত্যেক বছৰে নতুন নিয়মৰ দ্বাৰা ছাত্ৰীক স্কুটী প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *