প্ৰাঞ্জল প্ৰতিম ডেকা
সামাজিক মাধ্যম ফেচবুকত আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ এজন যুৱক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফেচবুকত পোষ্ট কৰিছিল যুৱকজনে ।এখন এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে যুৱকজনক ।যুৱকজনৰ নাম অভিলাস দত্ত । উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা যুৱকজন যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বুলিও জানিব পৰা গৈছে ।