১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব শিক্ষাসেতু এপ

Share

শিক্ষা সঞ্চালকালয়ৰ নতুন নিৰ্দেশনা।বাধ্যতামূলক হ’ব শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি শিক্ষাসেতু এপত।১এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এপ টো। প্ৰত্যেক জিলা শিক্ষা বিষয়াক এই বিষয়টোৰ ওপৰত তন্ন তন্নভাৱে পৰীক্ষা কৰাৰ নিৰ্দেশ।লগতে ২৩ মাৰ্চৰ ভিতৰত এপৰ কাৰীকৰী বিসংগতি সমূহ অৱগত কৰাৰ বাবে শিক্ষা স়ঞ্চালকালয়ৰ নিৰ্দেশ।

এতিয়াৰ পৰা কিছু সংখ্যক শিক্ষকে বিদ্যালয়লৈ নাহি মিছা উপস্থিতি দিব নোৱাৰিব।মিছা উপস্থিতি দিলেই ধৰা পৰি যাব শিক্ষাসেতু এপৰ জৰিযতে।এই কথা সদৰি কৰে শিক্ষা সঞ্চালকালয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *