বোকাজানত ১২ কোটি টকাৰ ড্ৰাগছ জব্দ

Share

ডিম্পুমনি হীৰা
১৩ আগষ্টঃ  প্ৰশাসন ড্ৰগছৰ বিৰুদ্ধে সৰব হৈ পৰাত ইটো পিছত সিটো অভিযানত নামি পৰিছে আৰক্ষী। কাৰ্বি-আংলং আৰক্ষীৰ এক বৃহৎ সাফল্য।বৃহস্পটিবাৰে নিশা বোকাজানত বৃহৎ পৰিমানৰ ড্ৰগছ জব্দ কৰে কাৰ্বি-আংলং আৰক্ষীয়ে। ড্ৰগছখিনিৰ মূল্য ১২ কোটি টকা। কাপোৰৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰগছ। ড্ৰগছখিনিৰ ওজন ২ কেজিৰো অধিক বুলি জনায় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *