কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন SOP

Share

কবিতা দেৱী
১.কণ্টেইনমেণ্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন, ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ

২.বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন

৩.ৰাজ্যৰ আন সকলো জিলাতে ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, পূৰ্বৰ দৰেই বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱত থাকিব সান্ধ্য আইন

৪. ৭ আগষ্টৰ পৰা ৬ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি দিব প্ৰশাসনে
১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত

৫. আনহাতে চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ অৰ্থাত দশম, দ্বাদশ, স্নাতক ষষ্ঠ ষান্মাসিক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ ১ ছেপ্টেম্বৰৰ পৰা খোলাৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *