কৃষক বিৰোধী “কৃষি আইন”ৰ লগতে ৰাজহুৱা খণ্ডৰ গোটসমূহৰ ব্যক্তিগত কৰণক লৈ প্ৰতিবাদ

Share

 ৯আগষ্টঃ সোমাবাৰে গুৱাহাটীত কেন্দ্ৰৰ শ্ৰম বিৰোধী, জনবিৰোধী তথা কৃষক বিৰোধী ‘কৃষি আইনৰ’লগতে ৰাজহুৱা খণ্ডৰ গোটসমূহৰ ব্যক্তিগত কৰণৰ প্ৰতিবাদত বিভিন্ন ট্ৰেড ইউনিয়নৰ সৈতে বাওঁপন্থী দলসমূহৰ কৰ্মী সকলে “ভাৰত বছাও দিৱস”অংশ হিচাপে এক আন্দোলন প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *