মেঘালয়ত মুখ্যমন্ত্ৰী পদত কনৰাড চাংমাই শপত গ্ৰহণ

Share

নেচনেল পিপলছ পাৰ্টিৰ মুৰব্বী আছিল কনৰাড চাংমাই।তেখেতে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত ২৬ খন আসন লাভ কৰিছিল।তেখেতে আজি  দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰীসকলো উপস্থিত থাকে। 

Leave a Reply

Your email address will not be published. Required fields are marked *