তৃষ্ণা দাস
নতুন দিল্লী ২৮ জুলাই: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাবিয়াই বিজেপিৰ সংসদীয় দলৰ বৈঠকত মন্তব্য কৰে যে ভাৰতে আগষ্টৰ মাহত শিশুৰ বাবে কৰ’নাৰ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে। লগতে তেওঁ কয় যে অহা মাহৰ পৰা শিশুৰ কৰনা ভাইৰাছৰ টিকাকৰণ আৰম্ভ কৰাৰ কৰাৰ সম্ভাৱনা আছে।