আজিৰে পৰা পুনৰ পাঠদান দেশৰ বহুতো ৰাজ্যত

Share

সুস্মিতা বৰা
নতুন দিল্লী, ২ আগষ্ট: ক’ভিডৰ সংক্ৰম হ্ৰাস পোৱাৰ ওপৰত লক্ষ্য ৰাখি‌ দেশৰ বহুতো ৰাজ্যত পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। অৱশ্যে এই ক্ষেত্ৰত দিল্লী চৰকাৰে অভিভাৱকৰ মত বিচাৰিছে। আনহাতে পঞ্জাব,হাৰিয়ানা,উওৰাখণ্ড,বিহাৰ,ঝাৰখণ্ড আদি কেইবাখনো ৰাজ্যত ৰাজ্যৰ চৰকাৰে আজিৰে পৰা সকলো বিদ্যালয়ৰ পাঠদানৰ অনুমতি দিছে। কিন্তু পাঠদান সমূহ সম্পূৰ্ণ ভাৱে ক’ভিড প্ৰটক’ল মানি আৰম্ভ কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *