বিৰাট ক’হলিক অষ্ট্ৰেলিয়ান যুৱকে সাৱটি ধৰাৰ চেষ্টা

বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলৰ মাজত সোমাল এজন অষ্ট্ৰেলিয়ান যুৱক।যিটো সময়ত ভাৰতীয় দলে বেটিং কৰি আছিল।হেজাৰ হেজাৰ…

ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

অপেক্ষা, উ९কণ্ঠা, উচাহ আৰু সৰ্বশেষত নিৰাশা । ভাৰতৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা দুস্বপ্ন হৈ ৰ’ল ১৯ নবেম্বৰ,…

আজি সংগীত শিল্পী জুবিন গাৰ্গৰ ৫১সংখ্যক জন্মদিন

অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি ৫১ সংখ্যক ওপজাদিন । বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে…

আজি সংগীত শিল্পী জুবিন গাৰ্গৰ ৫১সংখ্যক জন্মদিন

অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি ৫১ সংখ্যক ওপজাদিন । বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে…

কাইলৈ বিশ্বকাপৰ মেগাফাইনেল

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হবলগীয়া চলিত বিশ্বকাপৰ মেগাফাইনেললৈ মাজত মাঁথো আৰু কেইটামান ঘণ্টা। বিশ্বকাপৰ অন্তিমখন…

১২ বছৰৰ মূৰত টীম ইণ্ডিয়াই প্ৰৱেশ কৰিলে বিশ্বকাপ ফাইনেলত

১২ বছৰৰ মূৰত টীম ইণ্ডিয়াই প্ৰৱেশ কৰিলে বিশ্বকাপ ফাইনেলত।টীম ইণ্ডিয়াই নিউজিলেণ্ডক হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত…

দিপাৱলী উদযাপন কৰিবলৈ সাজু ৰাজ্যবাসী

আজি ধনতেৰাজ।পোহৰৰ উ९সৱ দিপাৱলীলৈ মাজত মাথো কেইটামান দিন।শৰ९ কালৰ কাতি মাহৰ অমাবস্যা তিথিত পোহৰৰ উ९সৱ দিপাৱলী…

Prior to Diwali, Assam permits cracker popping  

Bursting of crackers are permitted from 8pm to 10pm in Assam, however only green crackers can…

২৫ হাজাৰ ঢুলীয়াই কঁপাই তুলিব নতুন দিল্লীৰ আকাশ

ভাৰতৰ ৰাজধানী চহৰ দিল্লী কপাবলৈ সাজু হৈছে অসমৰ ২৫ হাজাৰ ঢুলীয়া আৰু নাচনীয়ে । অসমৰ মুখ্যমন্ত্ৰী…

লণ্ডনত শ্বুটিং কৰা হ’ব নতুন অসমীয়া চলচ্চিত্ৰ চিকাৰৰ 

গুৱাহাটী,১৫ ছেপ্টেম্বৰ:অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সু-খবৰ। সুদীৰ্ঘ সময়ৰ পিছত পুনৰ অসমীয়া চলচ্চিত্ৰই তোলপাৰ লগাবলৈ সক্ষম হৈছে…