দেশৰ বিৰুদ্ধে শ্লগান আৰু ভাৰতীয় সেনাৰ ওপৰত শিল নিক্ষেপ কৰা লোকক দিয়া নহব চাকৰি

Share

শোভাশ্ৰী বাৰিক

১আগষ্ট: কাশ্মীৰ উপত্যকা ত সন্ত্ৰাসবাদক মষিমূৰ কৰাৰ বাবে চৰকাৰে পাৰ্যমানে চেষ্টা চলাই থকাৰ মাজতো কিন্ত দেশ বিৰোধী উপাদানবোৰে নিজৰ ন্যস্ত মানসিকতাৰ প্ৰদৰ্শন কৰাৰ পৰা বিৰত থকা নাই।এনে দেশদ্ৰোহী, বিশ্বাস ঘাটত আৰু শিল নিক্ষেপ কাৰী সকল ৰ প্ৰতি কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।দেশৰ বিৰুদ্ধে শ্ল গান আৰু ভাৰতীয় সেনাৰ ওপৰত শিল নিক্ষেপ কৰা লোক সকলক চৰকাৰী চাকৰি দিয়া নহকেৱল সেইয়া নহয় পাছপৰ্ট সেয়াও লাভ কৰাৰ পৰা বঞ্চিত হব । চি আই ডি য়ে এই সন্দৰ্ভত সকলো গোটক নিৰ্দেশ জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *