কৰিমগঞ্জত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত অসম আৰক্ষীক গ্ৰেপ্তাৰ

Share
গুৱাহাটী ২৪ ডিচেম্বৰঃ  অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ জিতেন্দ্ৰ সিং নামৰ এজন উপ-পৰিদৰ্শকক শুকুৰবাৰে ৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী থানাত এজন ব্যক্তিৰ পৰা উৎকোচ লোৱা দাবীত আৰক্ষীয়ে জিতেন্দ্ৰ সিং ৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰে।
উল্লেখযোগ্য যে , উপ-পৰিদৰ্শক জীতেন্দ্ৰ সিঙে এটা প্ৰতিবেদনৰ প্ৰৱেশাধিকাৰৰ বিনিময়ত ধনগ্ৰহণ কৰিছিল। আৰু ইয়াৰ ওপৰত  অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত পাথাৰকান্দি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জীতেন্দ্ৰ সিঙক আজি উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *