সীমান্তৰ অসমীয়াক এতিয়াও গুলীয়াই আছে মিজোৰামৰ সীমান্তৰ পৰা

Share

যুক্তা ৰাণী দাস
৩১ জুলাই : যি সময়ত অসম চৰকাৰে শান্তি ঘূৰাই আনিব চেষ্টা কৰি আছে , সেই সময়তে সীমান্তৰ অসমীয়াক এতিয়াও গুলীয়াই আছে মিজোৰামৰ সীমান্তৰ পৰা । সীমান্তৰ অসমীয়াৰ ঘৰত টিং ভাঙি প্ৰৱেশ কৰে মিজোৰাম সীমান্তৰ পৰা অহা গুলী । এঘৰ দুঘৰ নহয় ‌কেইবা ঘৰ‌ লোকৰ টিং ভাঙি প্ৰৱেশ কৰে মিজোৰাম সীমান্তৰ গুলী । মন্ত্ৰী অশোক সিংহালৰ আগত ভুক্তভোগী লোকসকলে এই কাণ্ডৰ কথা দাঙি ধৰে । মিজোৰামৰ DC-SP সহ কেইবাজনো বিষয়ালৈ জাননী পঠিয়াই , ২ আগষ্টত ধলাই থানাত হাজিৰ হোৱাৰ জাননী প্ৰদান কৰে অসম চৰকাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *