লাভলীনাৰ খেল চাবলৈ ২০ মিনিট সময় স্থগিত থাকিব অসম বিধানসভা

Share

নিবেদিতা ভৰালী

‌৪ আগষ্ট: অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন পুনৰ আৰম্ভ।
মঙ্গলবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অধিৱেশন।
উল্লেখযোগ্য যে মঙ্গলবাৰে পুনৰ ১১ বজাৰ পৰা ২০ মিনিট সময়ৰ বাবে স্থগতি থাকিব অধিবেশন। অলিম্পিকত ভাৰতৰ
লাভলীনা বৰগোহাঁইৰ খেল উপভোগ কৰিবলৈ ২০ মিনিট সময় স্থগিত ৰাখিব বিধানসভাৰ কাম-কাজ।
বিধানসভাৰ শাসক-বিৰোধী উভয়েই সন্মতি জনাইছে এই সিদ্ধান্তত।

Leave a Reply

Your email address will not be published. Required fields are marked *