ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা

Share

বনিতা বড়ো
গুৱাহাটী,২ আগষ্ট : ৰাজ্যত পুনৰ নতুনকৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । কোভিডত আক্ৰান্ত হৈ আজি ৰাজ্যত ১৫ জন লোকৰ মৃত্যু হৈছে । ৰাজ্যজুৰি আজি সম্পন্ন হোৱা মুঠ ৯১,১২৩ টা কোভিড পৰীক্ষাত নতুনকৈ ৭৮৪ জন লোক কোভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১০৭ জন লোক কামৰূপ মহানগৰ জিলাৰ বুলি জানিব পৰা গৈছে । ৰাজ্যত আজি সংক্ৰমণৰ হাৰ ০.৮৬ শতাংশ ।

Leave a Reply

Your email address will not be published. Required fields are marked *