মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ

Share

পল্লৱী গগৈ
২ আগষ্ট, মিজোৰামঃ মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত কৰিছে। অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰযোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে উচতনিমূলক মন্তব্য প্ৰদান কৰা সাংসদগৰাকীক দিল্লীত বিচাৰি চলাথ কৰিছিল অসম আৰক্ষীৰ দলে। কিন্তু দিল্লীৰ বাসভৱনত নাছিল সাংসদগৰাকী। সাংসদগৰাকীৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰ কৰিলেও আন মিজোৰাম আৰক্ষীৰ ওপৰত কৰা গোচৰ চলাই যাব অসম আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *