ৰাজীৱ কলিতা
Tokyo Olympicsৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা। ৬৯ কেজি ৱেলটাৰ ৱেইট শাখাত বিজয়ী লাভলিনা। জাৰ্মান প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি লাভলীনাইকোৱাৰ্টাৰত উপনীত হয়।
জাৰ্মানীৰ নাদিন এপেজক পৰাস্ত কৰে অসমৰ বক্সাৰগৰাকীয়ে। ৩০ জুলাইত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল খেল।