অসমৰ ৫ হেক্টৰ ভূমি অবৈধ ভাৱে দখল অৰুণাচলীৰ

Share

শোভাশ্ৰী বাৰিক

৩১ জুলাই: মিজো আৰু অসমৰ সীমা বিবাদ চলি থকাৰ সময়তে লখিমপুৰ ৰ হাৰমতীত অৰুণাচল বাসী য়ে চলাইছে বা বেদখল অভিযান। ৫ হেক্টৰ মাটিত গোপনে চাহ পুলি ৰোপন কৰিছে অৰুণাচল বাসীয়ে।আৰু এই কথা জানিব পাৰি সৰৱ হৈছে অসম প্ৰশাসন, লখিমপুৰ জিলা উপায়ুক্ত আৰু জিলা বন প্ৰাধিকীকৰনৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কৰা হয় চাহ পুলি সমূহ। লগতে স্থানীয় বাসী য়ে জনাই যে যদিহে এই ক্ষেত্ৰত অসম প্ৰশাসন তৎপৰ নহয় তেনেহলে অৰুণাচলে যে লখিমপুৰ ৰ কেইবাটাও অঞ্চল অধি গ্ৰহণ কৰিব তাৰ প্ৰতি সৰৱ হবলৈ আহ্বান জনালে।

Leave a Reply

Your email address will not be published. Required fields are marked *