ডিজিটেল ডেস্কঃ পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী। দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ১৮ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাট মণ্ডল হৰি দাস সিনহা। ছিপাঝাৰ পাটথৰিঘাট চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল হৰি দাস সিনহা।
অঙিযোগকাৰীৰ ভূমি মিউটেচনৰ বাবদ ১৮ হাজাৰ টচা ঘোচ লৈছিল লাট মণ্ডলগৰাকীয়ে। পাতি দৰং, লোজোৰা, বড়িগাঁও, দেওমৰনৈ কুমাৰ পাৰাৰ লাট মণ্ডল আছিল এইগৰাকী দুৰ্নীতিগ্ৰস্ত হৰি দাস সিনহা।