মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে অসম মিজোৰামৰ সীমান্তত প্ৰাণ ত্যাগ কৰাৰ নিকটাত্মীয়ক চাকৰি

Share

সুভাশ্ৰী বাৰিক

গুৱাহাটী,20আগষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত কাছাৰ জিলাৰ লাইলাপুৰত অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত প্ৰাণ ত্যাগ কৰা মৃত আৰক্ষী কৰ্মীৰ নিকটাত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *