অনালি শৰ্মা
২৭ অক্টোবৰ : মঙলবাৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰু’ডৰ কেবিনেট ৰদবদলত দেশখনৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ভাৰতীয় মূলৰ অনিতা আনন্দক ।
উল্লেখ্য যে ভাৰতীয় মূলৰে হৰজিৎ সজ্জনৰ স্থান গ্ৰহণ অনিতা আনন্দে ।
৫৪ বছৰীয়া অনিতা এই পদত দায়িত্ব ভাৰ গ্ৰহণ কৰা দ্বিতীয়গৰাকী মহিলা।
তদুপৰি মংগলবাৰে তেওঁৰ লগতে আন ৩৮জন নতুন মন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে।