কৃষিমন্ত্ৰী অতুল বৰা ক’ভিড-১৯ প’জিটিভ

Share

কবিতা দেৱী

৮ আগষ্টঃ কৃষিমন্ত্ৰী অতুল বৰা ক’ভিড প’জিটিভ ধৰা পৰিছে, কিছু সময় আগে কৃষিমন্ত্ৰী গৰাকীৰ ফেচবুক পেজত নিজে প্ৰকাশ কৰিলে ক’ভিড প’জিটিভৰ কথা। সেহতীয়াকৈ তেখেতৰ সংস্পৰ্শলৈ অহা সকলোলোককে ক’ভিড-১৯ পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *