ABVP বিজেপিৰ সংগঠন নহয়।’আছু ,আমছুৰ’ দৰে ABVP য়েও ইচ্ছা কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তালিকা জ্বলাব পাৰেঃ মুখ্যমন্ত্ৰী

Share

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ABVP আৰু বিজেপিৰ সন্দৰ্ভত এক ষ্পষ্টিকৰণ প্ৰকাশ কৰে। ABVP বিজেপিৰ সংগঠন নহয়। এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,  ” ABVP  আৰু বিজেপি দুটা পৃথক দল-সংগঠন। ABVP য়ে নিজৰ লাইনত থাকি কথা কওঁক। ‘আছু, আমছুৰ’ দৰে ABVP য়েও ইচ্ছা কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তালিকা জ্বলাব পাৰে। মোক ভোট নিদিয়াৰ আহৱানো জনাব পাৰে ABVP  য়ে। তেওঁলোক সম্পূৰ্ণ স্বাধীন। ABVP আমাৰ ছাত্ৰ সংগঠন নহয়।”

Leave a Reply

Your email address will not be published. Required fields are marked *