বতৰবিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এক সতৰ্কবাণী

Share

বুধবাৰৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত আৰম্ভ হোৱা দেখা গৈছে বৰষুণ। ১৮ খন জিলালৈ বতৰবিজ্ঞান বিভাগৰ ফালৰ পৰা জাৰী কৰা হৈছে সতৰ্কবাণী। সতৰ্কবাণী জাৰী কৰা এই ৰাজ্যকেইখনত হ’ব পাৰে মুষলধাৰ বৰষুণ,বজ্ৰপাত,শিলাবৃষ্টি। ইতিমধ্যে জিলাই জিলাই yellow এলাৰ্ট জাৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। 

২১মাৰ্চত ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, লখিমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি-আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দিত জাৰী কৰা হৈছে yellow এলাৰ্ট।

আনহাতে ২৩মাৰ্চত কামৰূপ(মেট্ৰো),কামৰূপ(গ্ৰাম্য), ২৪মাৰ্চত ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আদি জিলাসমূহত জাৰী কৰা হৈছে yellow এলাৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *