বলিউডত শোকৰ ছাঁ

Share

কৰ্ণ বুলিলে আমাৰ মনত যিজন ব্যক্তিৰ ছবি ভাঁহি আহে তেওঁয়ে পংকজ ধীৰ।বি.আৰ.চোপ্ৰাৰ জনপ্ৰিয় টেলিভিছনত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ দেহাৱসান।বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পংকজ ধীৰৰ যোৱা ১৫অক্টোবৰ ২০২৫ত ৬৮ বছৰ বয়সত মৃত্য হয়।এই খবৰটো একেখন ধৰাবাহিকতে অৰ্জুন চৰিএত অভিনয় কৰা ফিৰোজ খানে।ফিৰোজ খানৰ ইনষ্টাগ্ৰামতত তেওঁক শোকৰ বাৰ্তা চেয়াৰ কৰি সহকৰ্মীজনৰ মৃত্যুৰ শোক প্ৰকাশ কৰে।

     উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পৰা তেওঁ কৰ্কট ৰোগত চিকিৎসাধীন হৈ আছিল পূৰ্বে তেওঁ অস্ত্ৰোপ্ৰচাৰ লগতে চিকিৎসা কৰি থকা যথেষ্ট সুস্বাস্থ্য় হৈ উঠিছিল যদিও পুনৰ কৰ্কট ৰোগে তেওঁক আক্ৰান্ত কৰে প্ৰায় ৬৮ বছৰ বয়সত মৃত্যু হয়। পংকজৰ এই আকস্মিক মৃত্যুত বলিউডৰ লগতেই সমগ্ৰ দেশেতেই শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *