৩ জন অৰ্থনীতিবিদক ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা কৰিছে । সেইকেইজন হল বেন.এছ.বাৰ্নানকে,ডগলাছ ডায়মণ্ড,ফিলিপ হেলেন ডিবডিগ । বেংক আৰু বিত্তীয় সংকট বিষয়ক গৱেষণাৰ বাবে এই তিনিজন অৰ্থনীতিবিদে লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ । এই সন্দৰ্ভত ১৯৮০ চনত এই তিনিজনে সংকটৰ সময়ত কেনেকৈ বেংকসমূহক সকাহ দিব পাৰি ,বিত্তীয় পৰ্যায়ৰ নিয়ন্ত্ৰন আৰু বিত্তিয় সংকটৰ সৈতে মুকাবিলা কৰিবলৈ আৰু নিয়ন্ত্ৰনৰ বাবে এই তিনিজন গৱেষণা বেংকসমুহে লাভ কৰিছে তাৰ সম্পৰ্কে বিশ্লেষণ দাঙি ধৰিছে ,সেইয়া ভুলধনি বজাৰ নিয়ন্ত্ৰন আৰু আৰ্থিক সংকটৰ লগত মুকাবিলা কৰাৰ ক্ষেত্ৰত এক উত্তম উদাহৰণ বুলি কব পাৰি ।
অন্য়হাতে আধুনিক ইতিহাসৰ আটাইতকৈ ভয়াবহ সংকট ১৮৩০ চনৰ মহাবন্দোৱস্তাৰ বিশ্লেষণ আগবঢ়াইছে বাৰ্ণানকে।ইতিমধ্য়ে ২০২২ বৰ্ষৰ নবেল পুৰস্কাৰ সম্পূৰ্ণ তালিকাত প্ৰকাশ পাইছে ।আৰু ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত এই বঁটা প্ৰদান কৰা হব ।